- ONGCৰ বিষয়াৰ মুক্তিক লৈ আলফা স্বাধীনৰ বিবৃতি।
- আমি তিনিও জনকে মুকলি কৰি দিছোঃ আলফা স্বাধীন।
- ৰহস্যজনক ভাৱে ৰিতুল শইকীয়া সন্দৰ্ভত কোনো স্থিতি গ্ৰহণ কৰা নাই সেনাই।
- নিশা ১০ বজাৰ পৰা ২.৩০ বজালৈকে বিভিন্ন ঠাইত চলিছিল গুলিবৰ্ষণ।
- অনাংক্ষিত ঘটনাৰ বাবে আমি দায়ী নহয়ঃ আলফা।