অসম

চামগুৰিৰ পদুমণি-পামগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

Asomiya Pratidin
  • চামগুৰিৰ পদুমণি-পামগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড ।

  • ঘৰৰ পিছফালৰ জংঘলত অৰ্ধ-উলংগ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ ।

  • ডিঙিত ৰচীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ ।

  • মৃত মহিলাগৰাকী অল্পনা কুৰ্মী বুলি চিনাক্ত ।

  • অল্পনা কুৰ্মীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ ।

  • মৃদুল বৰা নামৰ এজন লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ ।

  • চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ।