অখিল গগৈ, কংগ্ৰেছৰ দুই বিধায়কক দিনটোৰ বাবে বিধানসভাৰ পৰা বহিষ্কাৰ...
অখিল গগৈ, কংগ্ৰেছৰ দুই বিধায়কক দিনটোৰ বাবে বিধানসভাৰ পৰা বহিষ্কাৰ...  
অসম

অখিল গগৈ, কংগ্ৰেছৰ দুই বিধায়কক দিনটোৰ বাবে বিধানসভাৰ পৰা বহিষ্কাৰ...

Asomiya Pratidin
  • অসম বিধানসভা হুলস্থুলীয়া পৰিৱেশ।

  • হুলস্থুলীয়া পৰিৱেশৰ মাজতে ৩ বিধায়কক দিনটোৰ বাবে সদনৰ পৰা বহিষ্কাৰ।

  • বহিষ্কৃত ৩ বিধায়কৰ ভিতৰত ২ বিধায়ক কংগ্ৰেছৰ।

  • আনজন বিধায়ক শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ।

  • বহিষ্কৃত দুই কংগ্ৰেছী বিধায়ক ক্ৰমে কমলাক্ষ দে পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰ।

  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ আৰু কমালাক্ষ দে পুৰকায়স্থক ৫ এপ্ৰিললৈ বহিষ্কাৰ কৰাৰ বাবে প্ৰস্তাব ৰাখিছিল।

  • অসম বিধানসভাৰ চলিত বাজেট অধিৱেশন ৫ এপ্ৰিলত সমাপ্ত হ'ব।

  • ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন কৰাক কেন্দ্ৰ কৰি আজি অসম বিধানসভাত সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতি।

  • অধ্যক্ষই ২০ মিনিটৰ বাবে সভা স্থগিত ৰাখিছে।