- পুনৰ কাৰাগাৰত অসুস্থ হৈ পৰিছে কৃষক নেতা অখিল গগৈ।
- কাৰাগাৰত চিকিৎসা বঞ্চিত কৃষক নেতা গৰাকীৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি।
- ইতিমধ্যে এই বিষয়ক লৈ সামাজিক মাধ্যমকে ধৰি বিভিন্ন মাধ্যমত তীব্ৰ চৰ্চা হৈছে।
- কৃষক নেতাগৰাকীৰ দেহত কোৰোনাৰ লক্ষণে দেখা দিছে বুলি হৈছে চৰ্চা।
- উল্লেখ্য যে, কা বিৰোধী আন্দোলনৰ পিছৰে পৰা কাৰাবন্দী হৈ আছে অখিল গগৈ।
- বিভিন্ন নতুন গোচৰেৰে জামিন লাভ কৰাৰ পাছতো বন্দী হৈ আছে গগৈ।