কৃষক নেতা অখিল গগৈ আৰু মনজিৎ মহন্তৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰ ৰুজু।লতাশিল থানাত ৰুজু কৰা হৈছে এই গোচৰ।আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে দুয়োজনৰ বিৰুদ্ধে।ড০ হীৰেণ গোঁহাইৰ পিছতেই অখিল গগৈ আৰু মনজিৎ মহন্তৰ বিৰুদ্ধেও ৰুজু কৰা হয় একেই গোচৰ।