অসম

কোন কোন আছে নৱ গঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ আহ্বায়ক কমিটিত…

asomiyapratidin

ডিজিটেল ডেস্ক : আছুৰ নেতৃত্বত ৰাজ্যত নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ আহ্বায়ক কমিটি গঠন । আহ্বায়ক কমিটি খনত মুখ্য আহ্বায়ক ৰূপে আছে ড০ কৃষ্ণগোপাল ভট্টচাৰ্য্য আৰু বসন্ত ডেকা । সমন্বয়ক হিচাপে আছে জগদীশ ভূঞা । ইফালে আহ্বায়ক কমিটি খনত সদস্য হিচাপে আছে চিত্তৰঞ্জন বসুমতাৰী,ৰাজু ফুকন,হৰেন চুতীয়া,মিৰণ দেবী,ইজৰাইল নন্দ,জামান ওৱাহেদুৰ খণ্ডকৰ,জান বৰা,দীপক হাজৰিকা,বীৰেশ্বৰ মেধী,আনিছুৰ ৰহমান,অমল ডেকা,ডেটাং নাইডিং,ইমদাদ হুচেইন,ৰাজীৱ ভট্টচাৰ্য্য, আনন্ত নাৰায়ন ভট্টচাৰ্য্য,ছাডিল জামাল,বিশ্বজিত টিপমীয়া,পলাশ ৰঞ্জন বৰুৱা,চন্দন সন্দিকৈ,বন্তি হাজৰিকা,লাকীমনি বৰুৱা,মণিষ নাথ,শিবৰাম মৰাং,বীৰেণ বৰুৱা, এছ এছ হুদাচৌধুৰী,ফকৰুল ইছলাম মজুমদাৰ,এছ এছ সাগৰ গৌড়,বিজয় কুমাৰ দাস আৰু দেৱজিৎ গোস্বামী ।

আনহাতে আহ্বায়ক কমিটীত প্ৰয়োজন অনুসৰি নতুন সদস্য অন্তৰ্ভূক্ত কৰা হব বুলি প্ৰেছ বিজ্ঞাপ্তি যোগে জনাই মুখ্য আহ্বায়ক বসন্ত শইকীয়াই ।