অসম

জামিন পালে শ্বেৰমান আলীয়ে !

asomiyapratidin
  • চি এম ভিজিলেন্স গোচৰত জামিল লাভ কৰিলে শ্বেৰমান আলীয়ে।
  • জামিন পালেও কাৰাগাৰতে থাকিব লাগিব বিধায়কগৰাকী।
  • গীতানগৰ থানাত ৰুজু হোৱা গোচৰত জামিন পোৱা নাই শ্বেৰমান আলীয়ে।
  • আদালতে এই গোচৰৰ জামিন আবেদন নাকচ কৰিছিল দুদিন পূৰ্বে।
  • গৰুখুঁটিত উচ্ছেদ কাণ্ডৰ সন্দৰ্ভত অসম আন্দোলনৰ ছহিদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল শ্বেৰমান আলীয়ে।
  • সেই সন্দৰ্ভত গীতানগৰ থানাত ৰুজু কৰা হৈছিল গোচৰ।