- এআইইউডিএফৰ বিধায়ক আজিজ খানৰ দেহৰক্ষী প্ৰত্যাহাৰ।
- নিৰ্বাচন আয়োগে প্ৰত্যাহাৰ কৰিলে দেহৰক্ষী।
- কৰিমগঞ্জৰ ১৫৩নং ভোটকেন্দ্ৰত ৰিগিং চলোৱাৰ অভিযোগ বিধায়কজনৰ বিৰুদ্দে।
- অভিযোগৰ পিছতে নিৰ্বাচনী পৰ্যবেক্ষকে চলালে তদন্ত।
- তদন্তৰ পিছতে প্ৰত্যাহাৰ কৰে আজিজ খানৰ দেহৰক্ষী।