অসম

বৰঝাৰ বিমান বন্দৰত ২০ লক্ষাধিক টকাৰ বিদেশী চিগাৰেট জব্দ…

asomiyapratidin
  • বৰঝাৰ বিমান বন্দৰত শুল্ক বিভাগৰ অভিযান।
  • অভিযানত জব্দ ২০ লক্ষাধিক টকাৰ বিদেশী চিগাৰেট।
  • ইম্ফলৰ পৰা দিল্লীলৈ নিবলৈ লওঁতেই জব্দ চিগাৰেটসমূহ।
  • শুল্ক বিভাগে জব্দ কৰে ৯৫০টা পেকেটৰ বান্দিল।
  • এয়াৰ এছিয়া বিমানেৰে দিল্লীলৈ নিবলৈ ওলাইছিল চিগাৰেটসমূহ।
  • ঘটনা সন্দৰ্ভত শুল্ক বিভাগৰ অধিক অনুসন্ধান অব্যাহত।