অসম

বিসম্বাদী বিধায়কক সাক্ষাতৰ বাবে ৰেডিশ্বন ব্লুত উপস্থিত মন্ত্ৰী অশোক সিংঘাল…

asomiyapratidin
  • হোটেল ৰেডিশ্বন ব্লুত উপস্থিত মন্ত্ৰী অশোক সিংহাল
  • বিসম্বাদী বিধায়ক সকলক সাক্ষাৎ কৰিব তেওঁ।
  • ইতিমধ্যে ৰেডিশ্বন ব্লুত বাহৰ পাতিছে বিসম্বাদী ৪৯ বিধায়কে।
  • অব্যাহত আছে মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকত।
  • বিসম্বাদী বিধায়ক সকলৰ সৈতে আৰক্ষী আয়ুক্ত হৰমিত সিঙো উপস্থিত হৈছেগৈ।