মিত্ৰতা ভংগৰ পাছত অগপৰ আন এক সিদ্ধান্ত।বিধানসভা অধিৱেশনত বিৰোধীৰ আসনত বহিব অগপ।বিৰোধীৰ আসনত স্থান বিছাৰি অধ্যক্ষলৈ প্ৰেৰণ কৰিলে পত্ৰ।সোমবাৰে কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠকতো অগপক এই অনুৰোধ কৰিছিল কংগ্ৰেছে।