- অসম গণ পৰিষদে ঘোষণা কৰিলে প্রথমখন প্ৰাৰ্থীৰ তালিকা।
- এই তালিকাখনত ৮টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰাৰ্থীসকলৰ নাম উল্লেখ কৰা হৈছে।
- বোকাখাত- অতুল বৰা।
- কলিয়াবৰ- কেশৱ মহন্ত।
- টিয়ক- ৰেণুপমা ৰাজখোৱা।
- ডেৰগাওঁ- ভৱেন্দ্ৰ নাথ ভৰালী।
- আমগুৰি- প্ৰদীপ হাজৰিকা।
- চাবুৱা- পোনাকণ বৰুৱা।
- নাওবৈচা- জয়ন্ত খাউণ্ড।
- তেজপুৰ- পৃথ্বীৰাজ ৰাভা।