অসম

এতিয়াৰে পৰা আইএছবিটিত নাপাব দূৰণিবটীয়া বাছ!

asomiyapratidin
  • মহানগৰীত দূৰণিবটীয়া বাছ চলাচলৰ ক্ষেত্ৰত প্ৰশাসনৰ নতুন নিৰ্দেশনা।
  • এতিয়াৰে পৰা আইএছবিটিত নাপাব দূৰণিবটীয়া বাছ।
  • নিৰ্বাচনৰ বাবে এই নতুন নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।
  • আই এছ বি টিৰ পৰিৱৰ্তে উজনিমুৱা বাছসমূহ চলিব খানাপাৰাৰ পৰা।
  • ইফালে নামনিমুৱা বাছসমূহ আদাবাৰী আৰু জালুকবাৰীৰ পৰা চলিব।
  • ২৩ এপ্ৰিললৈকে কাৰ্যকৰী হ'ব এই নতুন নিৰ্দেশনা।
  • কিয়নো মণিৰাম দেৱান ট্ৰেড চেন্টাৰত হ'ব নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছত ষ্ট্ৰং ৰূম।
  • তাতেই ৰখা হ'ব ই ভি এম সমূহ।