- বিশিষ্ট অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য আৰু নাই।
- দেওবাৰে আবেলি ৫.৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে অনুপমা ভট্টাচাৰ্য।
- ভ্ৰাম্যমাণৰ প্ৰথম গৰাকী নায়িকা আছিল অনুপমা ভট্টাচাৰ্য।
- প্ৰবীন অভিনেত্ৰীগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ আছিল।
- অসমীয়া চলচিত্ৰ আৰু ভ্ৰাম্যমান জগতৰ শক্তিশালী অভিনেত্ৰী আছিল ভট্টাচাৰ্য।
- চিৰাজ নাটকতো তেওঁ নায়িকা হিচাপে অভিনয় কৰিছিল।
- কোভিডত আক্ৰান্ত হৈছিল অভিনেত্ৰীগৰাকী।
- জিএমচিএইচৰ আইচিইউত ভৰ্তি কৰা হৈছিল তেওঁক।
- শনিবাৰৰ নিশা ভৰ্তি কৰা হৈছিল জিএমচিএইচৰ আইচিইউত।