- নুমলীগড়ত ভয়ংকৰ দুৰ্ঘটনা।
- ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা।
- নুমলীগড় বাইপাছৰ সোণাগুৰি টি ফেক্টৰীৰ সন্মুখতে সংঘটিত হয় দুৰ্ঘটনাটো।
- নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ পৰা বাগৰি পৰিল টাটা ইণ্ডিকা।
- দুৰ্ঘটনাত থিতাতে নিহত দুটি শিশু।
- বাহনখনৰ ভিতৰত আছিল মুঠ ১২টি শিশু।
- গুৰুতৰভাৱে আহত হয় বাকী শিশুকেইটি।
- আহত শিশুকেইটিক ভিকে এনআৰএল নাৰ্ছিং হমত ভৰ্তি।
- দুৰ্ঘটনাত নিহত হয় অৰূপ খেৰিয়া আৰু জাম্বু ওৰাং নামৰ শিশু দুটি।