অসম

নাৰায়ণপুৰত পথ দুৰ্ঘটনাত নিহত এজন

asomiyapratidin
  • সোমবাৰে নাৰায়ণপুৰত পথ দুৰ্ঘটনাত নিহত এজন লোক।
  • বলেৰ' পিক-আপ বাহনে মহটিয়ালে বাইক আৰোহীক।
  • বাহনখনৰ খুন্দাত থিতাতে নিহত বাইক আৰোহীজন।
  • বৰ্তমানেও জানিব পৰা হোৱা নাই নিহত বাইক আৰোহীজনৰ পৰিচয়।