কাতি বিহু আৰু দুৰ্গাপূজাৰ আনন্দৰ মাজতে মৰিগাঁৱত অঘটন।মৰিগাঁও জিলাৰ নেলীত পথ দুৰ্ঘটনাত নিহত ২জন।দুখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে প্ৰাণ হেৰুৱাই লোক দুজনে।দুৰ্ঘটনাত নিহত লোক দুজন মৰিগাঁও জিলাৰ ৰোমিঅ' ডেকা আৰু নগাঁও জিলাৰ দিলীপ শৰ্মা।