অসম

বৰগাঙত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • বৰগাঙত ভয়ংকৰ পথ দুৰ্ঘটনা

  • ৩ খনকৈ বাহনৰ সংঘৰ্ষত আহত ৩০জনতকৈয়ো অধিক

  • ট্রাক, বাছ আৰু বলেৰ’ পিকআপৰ মাজত সংঘৰ্ষ ৰাষ্ট্রীয় ঘাইপথত

  • বিহপুৰীয়াৰ পৰা বৰপেটালৈ আহিছিল বাছখন

  • দুৰ্ঘটনাটোত বাছখনত থকা আটাইকেইজন যাত্রী গুৰুতৰভাৱে আঘাতপ্রাপ্ত