কোকৰাঝাৰত এবছুৰ প্ৰতিবাদ…
- কোকৰাঝাৰত এবছুৰ প্ৰতিবাদ।
- অভয়াকুটি কাণ্ডৰ প্ৰতিবাদ কোকৰাঝাৰত ।
- হাতে হাতে বেনাৰ -ফেষ্টুন লৈ প্ৰতিবাদ এবছুৰ ।
- কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ শিশু উদ্যানৰ সন্মুখত প্ৰতিবাদ এবছুৰ ।
- অভয়াকুটিৰ দুই নাৱালিকাক ধৰ্ষণ আৰু হত্যাৰ গোচৰট ফাষ্টট্ৰেক আদালতত বিচাৰৰ দাবী ।
- হত্যাকাৰীক ফাঁচিৰ দাবী এবছুৰ।
- ভুক্তোভোগীৰ পৰিয়াললৈ এককালিন সাহাৰ্য প্ৰদানৰো দাবী সংগঠনটোৰ ।
- জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ দাবী ।
- জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ এবছুৰ ।