অসম

৫ বজাত সামৰণি পৰিব আছুৰ অনশন, ঘোষণা আছুৰ সভাপতি দিপাংকৰ নাথৰ

asomiyapratidin
  • ৫ বজাত সামৰণি পৰিব আছুৰ অনশন।
  • আছুৱে সন্ধিয়া ৫ বজাৰ পিছত সাব্যস্ত নকৰে প্ৰতিবাদ।
  • আছুৰ সভাপতি দিপাংকৰ নাথে কৰিলে ঘোষণা।
  • লগতে তেওঁ সকলোকে শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈও আহ্বান জনাইছে।