অসম

উজান বজাৰত আছুৰ জোৰ সমদল, প্ৰতিবাদত বাধা মহানগৰ আৰক্ষীৰ…

asomiyapratidin
  • উজান বজাৰত সদৌ অসম ছাত্ৰ সন্থাৰ জোৰ সমদল ।
  • মোডীৰ অসম ভ্ৰমনৰ আগমুহুৰ্তত এই প্ৰতিবাদী কাৰ্যসূচী ।
  • শ্বহীদ ন্যাসৰ সন্মুখত প্ৰতিবাদ ।
  • প্ৰতিবাদত বাধা মহানগৰ আৰক্ষীৰ ।
  • আৰক্ষী আৰু প্ৰতিবাদ কাৰীৰ মাজত খণ্ডযুদ্ধ ।