কা বাতিলৰ দাবীত আছুৰ এঘাৰ ঘন্টীয় অনশন কাৰ্যসূচী । বুধবাৰে আছুৱে সমগ্ৰ ৰাজ্যতে গ্ৰহন কৰে প্ৰতিবাদী কাৰ্যসূচী । ৰাতিপুৱা ৫ বজাৰ পৰা আবেলি ৪ বজালৈ চলিব এই অনশন ।গুৱাহাটীতো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই দীঘলী পুখুৰী পাৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।