ডিব্ৰুগড়ৰত আছুৰ প্ৰতিবাদ। দুলিয়াজানত আছু কৰ্মীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। .পুৱা ৬ বজাৰ পৰা শতাধিক বিশ্ববিদ্যালয়ৰ আছু গোটৰ কর্মীয়ে অৱৰোধ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। আছুৰ পথ অৱৰোধৰ ফলত আবদ্ধ হৈ পৰিছে বহু লোক।