লিডুত যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।বাছ আস্থানত একাংশ লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত যুৱকজনৰ পৰিচয়।