অসম

‘কা’ বিৰোধী প্ৰতিবাদঃ এমাহত গ্ৰেপ্তাৰ ৯৪জনক…

asomiyapratidin
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি অব্যাহত প্ৰতিবাদ।
  • যোৱা এমাহৰ ভিতৰত বৰ্তমানলৈ গ্ৰেপ্তাৰ ৯৪জনকৈ লোকক।
  • প্ৰতিবাদৰ মাজতে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ লোক কেইজনক।
  • চৰকাৰী তথ্যই সদৰী কৰে এই কথা।