অসম

ৰাজ্যত আৰু ৯জনৰ দেহত ধৰা পৰিল কোভিড-১৯…

asomiyapratidin
  • ৰাজ্যত আৰু ৯জন লোকৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।
  • কোৰোনাত আক্ৰান্ত লোক কেইজন ক্ৰমে- ৫জন হোজাইৰ, ১জন নগাঁৱৰ, ১মৰিগাঁৱৰ, ১জন কামৰূপ মেট্ৰ'ৰ আৰু এজন যোৰহাটৰ।
  • অসমত ৭৮৩জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইফালে, বৰ্তমানেও ৬৮৯জন কোৰোনাত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে।