অসম

৯ ফেব্ৰুৱাৰীত ৭০ সংগঠনে ক’লা পতাকা উত্তোলন কৰি পালন কৰিব ক’লা দিন…

asomiyapratidin
  • ৯ ফেব্ৰুৱাৰীত অসমৰ ৭০ সংগঠনে ৰাজ্যজুৰি উত্তোলন কৰিব ক'লা পতাকা।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী সংগঠন কেইটাৰ।
  • লগতে প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে ৰাজ্যত ক'লা পতাকা উত্তোলন কৰিব শনিবাৰে।
  • ৰাজহুৱা স্থান, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত প্ৰতিবাদকাৰীয়ে বাহিৰ কৰিব সমদল।
  • সমদল বাহিৰ কৰি শনিবাৰে ক'লা দিন পালন কৰিব প্ৰতিবাদকাৰীয়ে।