ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।ইয়াৰে ৫৫২জন গুৱাহাটী মহানগৰীৰ বুলি জানিব পৰা গৈছে।অসমত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত লোৰ সংখ্যা ১১,৭৩৬জনলৈ পাইছে বৃদ্ধি।ইয়াৰে সুস্থ হৈছে ৭৪৩৩জন লোক।বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৪২৮৬জন ৰোগী।