ৰাজ্যত পুনৰ ৫৬৮জনৰ দেহত ধৰা পৰে কোভিড-১৯।ইয়াৰে ৩৫৫জন গুৱাহাটী মহানগৰীৰ।অসমত ১৪৬০০জনলৈ বৃদ্ধি পালে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।ইয়াৰে ৯১৪৭জন সুস্থ হৈ উঠাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৫৪২৩জনকৈ লোক।