ৰাজ্যত পুনৰ ৫৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯।ইয়াৰে ৪১০জন গুৱাহাটী মহানগৰীৰ।ৰাজ্যত ১৬,০৭১জনলৈ বৃদ্ধি পালে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে ১০,৪২৬জন সুস্থ হৈ উঠাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৫৬০৭জন।