অসম

কামৰূপ মহানগৰ জিলাত ৪ টা সমষ্টিত ১ বজালৈ ৪৬.৭৫ শতাংশ ভোটদান…

asomiyapratidin
  • কামৰূপ মহানগৰ জিলাত ৪ টা সমষ্টিত ১ বজালৈ ৪৬.৭৫ শতাংশ ভোটদান ।
  • জালুকবাৰী সমষ্টিত ১ বজালৈ ৫১ শতাংশ ভোটদান ।
  • দিছপুৰ সমষ্টিত ১ বজালৈ ৪৫ শতাংশ ভোটদান ।
  • পূব গুৱাহাটী সমষ্টিত ১ বজালৈ ৪২ শতাংশ ।
  • পশ্চিম গুৱাহাটী সমষ্টিত ১ বজালৈ ৪৯ শতাংশ ।