ৰাজ্যত আৰু ৪২জনৰ দেহত ধৰা পৰিছে কোভিড-১৯।ইয়াৰে ৩৮জন ধুবুৰী আৰু ৪জন দৰঙৰ।ৰাজ্যত বৰ্তমানলৈ ২১১৫জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।ইফালে এই ভাইৰাছত আক্ৰান্ত ৪৫৯জন লোক সুস্থ হৈ উঠিছে।