লখিমপুৰত শুকুৰবাৰে অভিলেখ সংখ্যক লোকৰ দেহত ধৰি পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি।শুকুৰবাৰে জিলাখনত ৩৪ জন লোক আক্ৰান্ত হয় এই ভাইৰাছত। লখিমপুৰ চহৰৰ ২১ জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত৷লখিমপুৰৰ কে বি ৰোডত মুঠ ১২ গৰাকী এদিনত কোৰোনা পজিটিভ হিচাবে ধৰা পৰিছে ৷