ৰাজ্যত পুনৰ ৩১গৰাকীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি।ইয়াৰে ২০জন উৰা জাহাজেৰে বহিঃৰাজ্যৰ পৰা অহা লোক।বাকী ১১জন মৰিগাঁৱৰ বুলি জানিব পৰা গৈছে।ইয়াৰে লগে লগে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১২১৬লৈ বৃদ্ধি।ইফালে আৰোগ্য হৈ উঠিছে ১৬৩জন লোক।