২৩ অক্টোবৰৰ ৪৬টা সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন প্ৰদেশ কংগ্ৰেছৰ৷ৰাজীৱ ভৱনত সংবাদমেল যোগে নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।অগপক অনুৰোধ কৰিলে ৰিপুণ বৰাই 'বিধেয়ক খন গৃহীত হোৱাৰ আগতে কিবা এক ব্যৱস্থা লওঁক।'