২০১৯ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ঘোষণা।এই বৰ্ষত ৰেৱকান্ত মহন্ত আৰু কুমাৰী লাইতোনজম ইবেমপিশক দেৱীলৈ বঁটা।গোৱালপাৰাত তহচিল ময়দানত ২০ জুনত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে বিষ্ণু ৰাভা দিৱস।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব বঁটা ।