আগমনীত বলাৎকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।অভিযানত আৰক্ষীৰ জালত পৰে দুজন লোক।ধৃত লোকদুজন ৰাজদ্বীপ বৰুৱা আৰু ৰফিজুল ৰহমান মণ্ডল।দুয়োজন লোকৰ বিৰুদ্ধে ছাত্ৰীক বলাৎকাৰ কৰাৰ অভিযোগ।মঙলবাৰে লোক দুজনে বলাৎকাৰ কৰাৰ অভিযোগ ছাত্ৰীগৰাকীক।