নলবাৰীত আৰক্ষীৰ জালত ২ দুৰ্ধৰ্ষ ডকাইত। ধৃত ডকাইত দুটাৰ নাম নুৰুল আলী আৰু জাকিৰ হুছেইন।দিপ্তা সুৰাদিৰ পৰা আটক কৰা ডকাইত দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা 9mm পিষ্টল আৰু ৫ জাঁই গুলী।জেৰা অব্যাহত।