বুধবাৰৰ পৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকক দিয়া হ'ব ভেকচিন।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।তেওঁ লগতে কয়- ৰাজ্যত কোভিড পৰিস্থিতি কিছু বেয়াৰ ফালে ঢাল খাইছে।অসমত ডেৰ লাখ নতুন ভেকচিন আহিছে।