- ৰাজ্যত প্ৰতিবাদ দমনৰ বাবে তৎপৰ আৰক্ষী-প্ৰশাসন।
- গুৱাহাটী মহানগৰীত ১৪৪ ধাৰা জাৰি।
- দিছপুৰ, ভঙাগড়, বশিষ্ঠ, হাতীগাঁও থানা এলেকাত ১৪৪ ধাৰা জাৰি।
- সোণাপুৰ আৰু ক্ষেত্ৰী আৰক্ষী থানা এলেকাটো ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে।
- ৫জনতকৈ অধিক লোক সমবেত হোৱাত বাধা আৰোপ আৰক্ষীৰ।
- যিকোনো ধৰ্ণা, শ্ল'গানতে বাধা আৰোপ আৰক্ষীৰ।
- আৰক্ষী বিষয়া ডঃ ৰমণদীপ কৌৰৰ প্ৰেছ বিবৃত্তিত এই কথা প্ৰকাশ।