১৩ মে'ত অনুষ্ঠিত হ'ব অগপৰ বিধায়নী দলৰ বৈঠক। ৰাজ্যসভা নিৰ্বাচনকলৈ আলোচনা হ'ব উক্ত বৈঠকখনত। বৈঠকত উপস্থিত থাকিব অগপৰ সকলো বিধায়ক। ইতিমধ্যে ৰাজ্যসভাৰ আসনক লৈ বিপৰীত মন্তব্য অগপ-বিজেপি সভাপতিদ্বয়ৰ।