অসম

কোভিড-১৯ঃ ৰাজ্যত সুস্থ হৈছে ১০৮৫জন…

asomiyapratidin
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত ১০৮৫জন সুস্থ হৈ ঘৰলৈ উভতিছে।
  • অসমত এতিয়ালৈকে সুস্থ হোৱা লোকৰ সংখ্যা ৩১,৪৪২জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, চিকিৎসাধীন হৈ আছে ১০,১৮০জন ৰোগী।