Election 2021

পাটাছাৰকুছিত ৰঞ্জিত দাসৰ অগ্ৰগতি…

asomiyapratidin
  • পাটাছাৰকুছি সমষ্টিত প্রথম ৰাউণ্ডৰ ভোটগণনা সম্পন্ন।
  • সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দাস।
  • ৰঞ্জিত দাসে লাভ কৰিছে ৫৮৮৭টা ভোট।
  • ইফালে, কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই লাভ কৰিছে ৬৯০টা ভোট।