Election 2021

লাহৰিঘাটৰ ফলিহাবাৰীত নিৰ্বাচনী হিংসা

asomiyapratidin
  • লাহৰিঘাটৰ ফলিহামাৰীত নিৰ্বাচনী হিংসা।
  • বিধায়ক নজৰুল ইছলামৰ সভালৈ শিলগুটি নিক্ষেপ।
  • বিধায়ক গৰাকীৰ বাহনতো আক্ৰমণ।
  • শিলগুটি নিক্ষেপত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী কংগ্ৰেছ কৰ্মী।
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।