গোলকগঞ্জৰ ২০০৮ নং দীঘলটাৰী হাইমাদ্ৰাছা ভোটগ্ৰহণ কেন্দ্ৰত সংঘাত। মাস্কক লৈ দুই ফৈদৰ মাজত সংঘাত।অপপ্ৰচাৰক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত তুমুল সংঘাত।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা নিৰাপত্তাৰক্ষীৰ।