বোকাখাতত ৰাইজৰ দলৰ নেতাৰ অগপত যোগদান ।ৰাইজৰ দলৰ মুখ্য আহ্বায়ক, সম্পাদক মনোজ গগৈৰ অগপত যোগদান ।আছুৰ শতাধিক কৰ্মীৰো যোগদান অগপত ।অগপত যোগদান কংগ্রেছ, আপ, বোকাখাত নিৰ্মাণ গোটৰ বহু সদস্যৰ ।অগপ সভাপতি অতুল বৰাৰ বাসগৃহত আনুষ্ঠানিক যোগদান ।