Election 2021

বিজেপি জয়ী হ’লে পশ্চিমবংগত ভূমি পুত্ৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হ’বঃঅমিত শ্বাহ

asomiyapratidin
  • পশ্চিম বংগত অমিত শ্বাহৰ বিশাল ৰেলী।
  • পশ্চিম বংগৰ পানীহাটীত এক ৰেলীত অংশ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।
  • বিজেপি জয়ী হ'লে পশ্চিমবংগত ভূমি পুত্ৰ মুখ্যমন্ত্ৰী হ'বঃঅমিত শ্বাহ।
  • পশ্চিম বংগত এতিয়ালৈকে ১৩০ জন বিজেপি কৰ্মী নিহত হৈছেঃ শ্বাহ।
  • যদি পুনৰ এনে ধৰণৰ ঘটনা ঘটে, কঠোৰ ব্যৱস্থা লোৱা হ'ব: অমিত শ্বাহ।