- ২ মে'ত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচন ২০২১ৰ ফলাফল।
- তাৰপূৰ্বে অৰ্থাৎ ২৯ এপ্ৰিল, ২০২১ত ঘোষণা হ'ল এগজিট প'ল।
- ১২৬খন আসনৰ কোন কিমানখন পাব আসন।
এবিপি চি ভোটাৰৰ এগজিট প'ল অনুসৰিঃ
- বিজেপি+ঃ ৫৮-৭১খন আসন।
- কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটঃ ৫৩-৬৬খন আসন।
- অন্যান্যঃ ৫খন আসন।
ইণ্ডিয়া টুডে'ৰ এগজিট প'ল অনুসৰি-
- ৭৫-৮৫খন আসন বিজেপি মিত্ৰজোঁটৰ।
- ৪০-৫০খন আসনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট।
- ১-৪খন অন্যান্যই পাব।
ৰিপাব্লিক-চিএমএক্সৰ এগজিট প'ল অনুসৰি-
- বিজেপিয়ে ৬০-৬৬খন আসন।
- কংগ্ৰেছে ২৬-২৮খন আসন।
- অসম গণ পৰিষদে ১০-৪৪খন আসন।
- এআইইউডিএফে ১১-১৩খন আসন।
- বিপিএফে ৫-৭খন আসন।
- ইউপিপিএলে ৩-৫খন আসন।
- অন্যান্যই ১-৩খন আসন।
বিজনেজ ষ্টেণ্ডাৰ্ডৰ এগজিট প'ল-
- বিজেপি+ঃ ৭৫-৮৫খন আসন।
- কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটঃ ৪০-৫০খন আসন।
- অন্যান্যঃ ১-৪খন আসন।
দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এগজিট প'ল অনুসৰি-
- বিজেপিঃ ৭৫-৮৫খন আসন।
- কংগ্ৰেছঃ ৪০-৫০খন আসন।
- অন্যান্যঃ ১-২খন আসন।