কাৰ্বি আংলংত জব্দ হেৰোইনঃ এজনক আটক

  • কাৰ্বি আংলং আৰক্ষীৰ সফলতা।
  • ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে পুনৰ জব্দ কৰিলে বৃহত পৰিমানৰ হেৰোইন।
  • আৰক্ষীয়ে জব্দ কৰিলে ১ কিলোগ্ৰামতকৈয়ো অধিক হেৰোইন।
  • হেৰোইনখিনিৰ লগতে আটক কৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰীক।