শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

খিলঞ্জীয়া অধিকাৰ মঞ্চৰ নেতা অমিতাভ শৰ্মাক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

518
  • লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অমিতাভ শৰ্মাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।
  • কাকী আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৪ দিনৰ বাবে।
  • অমিতাভ শৰ্মা খিলঞ্জীয়া অধিকাৰ মঞ্চৰ সভাপতি।
  • হোজাইৰ শংকৰদেৱ নগৰ আদালতে নেতাজনক প্ৰেৰণ কৰে আৰক্ষীৰ জিম্মালৈ।
  • উল্লেখ্য যে, মহিলা অপহৰণত জড়িতৰ অভিযোগ শৰ্মাৰ বিৰুদ্ধে।
  • তেওঁৰ বিৰুদ্ধে এগৰাকী মহিলাক নেপালত নি বিক্ৰী কৰাৰ অভিযোগ।
  • প্ৰথমে এগৰাকী মহিলাক নেপাললৈ লৈ গৈছিল অমিতাভ শৰ্মাই।
  • সংগঠনৰ কাম-কাজৰ দোহাই দি লৈ গৈছিল তেওঁ।
  • তাৰ পিছতে মহিলাগৰাকীক বিক্ৰী কৰাৰ অভিযোগ।
  • আৰক্ষীয়ে লাভ কৰা খবৰৰ ভিত্তীত নেপালৰ পৰা উদ্ধাৰ কৰিছিল মহিলাগৰাকীক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি