খিলঞ্জীয়া অধিকাৰ মঞ্চৰ নেতা অমিতাভ শৰ্মাক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ফাইল ফটো
ফাইল ফটো
  • লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অমিতাভ শৰ্মাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।
  • কাকী আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৪ দিনৰ বাবে।
  • অমিতাভ শৰ্মা খিলঞ্জীয়া অধিকাৰ মঞ্চৰ সভাপতি।
  • হোজাইৰ শংকৰদেৱ নগৰ আদালতে নেতাজনক প্ৰেৰণ কৰে আৰক্ষীৰ জিম্মালৈ।
  • উল্লেখ্য যে, মহিলা অপহৰণত জড়িতৰ অভিযোগ শৰ্মাৰ বিৰুদ্ধে।
  • তেওঁৰ বিৰুদ্ধে এগৰাকী মহিলাক নেপালত নি বিক্ৰী কৰাৰ অভিযোগ।
  • প্ৰথমে এগৰাকী মহিলাক নেপাললৈ লৈ গৈছিল অমিতাভ শৰ্মাই।
  • সংগঠনৰ কাম-কাজৰ দোহাই দি লৈ গৈছিল তেওঁ।
  • তাৰ পিছতে মহিলাগৰাকীক বিক্ৰী কৰাৰ অভিযোগ।
  • আৰক্ষীয়ে লাভ কৰা খবৰৰ ভিত্তীত নেপালৰ পৰা উদ্ধাৰ কৰিছিল মহিলাগৰাকীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in